top of page
HOME
Our Work
Our Offering
STEM Fellowship
Blogs
Invite us
More
Use tab to navigate through the menu items.
Resources
Toys From Trash (In Assamese)
Play Video
Play Video
01:31
#001 Colorful Fish Activity | Toys from Trash series (in Assamese)
যদিও পানীৰ উপৰিভাগ দেখাত স্ফটিক বা নীলা, কিন্তু এই পানীৰ তলিভাগত এখন ৰঙীন জৈৱ বৈচিত্ৰ লুকাই আছে ।বলা আমি মিলি এই ৰঙীন জৈৱ বৈচিত্ৰৰে ভৰা তলীভাগৰ এটা ৰঙীন একুৰিয়াম বনাও | Although the surface water may appear transparent or blue, but there lies a colourful world inside. Let us explore its colours by making a small colourful aquarium Video created in English by Arvind Gupta toys (www.arvindguptatoys.com) Dubbed in Assamese by Edugenie (www.myedugenie.com)
Play Video
Play Video
01:05
#002 Cut Potato Turns Brown | Toys from Trash series (in Assamese)
[Toys from Trash series (in Assamese)] #002 আমি কিয় বাকলি এৰোৱা আলু ৰন্ধাৰ আগতে পানীৰ তলত থৈই দিও ? আহা আমি এই বিষয়ে সৰুকৈ অনুসন্ধান কৰো | Why do we put peeled potatoes under water before cooking? Let us explore this through a small investigation.
Play Video
Play Video
01:33
#003 Convection Currents | Toys from Trash series (in Assamese)
[Toys from Trash series (in Assamese)] #003 ভাপযুক্ত পানীয় পদাৰ্থ , কেম্প জুই, ধুমুহা, আৰু ফ্ৰিজ ৰ মাজত কি একে গুণ আছে ? এই গুণ চাহ বনালে আৰু পানী গৰম কৰিলেও পোৱা যায়। কি হয় এই গুণ ! এই বিষয়ে জানো আহা । What is common in a steaming beverage, a campfire, a thunderstorm and also a refrigerator? It’s also present -when we make tea or simply heat water! What is it? Let us explore
Play Video
Play Video
02:10
#004 Constant Flow | Toys from Trash series (in Assamese)
[Toys from Trash series (in Assamese)] #004 এটা সামান্য প্লাষ্টিক বটল আৰু পাইপৰ দ্বাৰা আমি পানীৰ প্ৰবাহক নিয়ন্ত্ৰণৰ চেষ্টা কৰিব পাৰো । আচৰিত নহয়নে ! এই বিষয়ে জানো আহা । Through a simple plastic bottle and straw, we can try to tame the flow of water. Wonder how? Let us explore!
Play Video
Play Video
02:18
#005 Model of Eye | Toys from Trash series (in Assamese)
[Toys from Trash series (in Assamese)] #005 কেমেৰাৰ আটাইতকৈ সৰ্বাধিক মেগাপিকছেল হ'ল 100। কিন্তু ইয়াৰ বহুত দিনৰ আগতেই এটা বিস্ময় বস্তুুৰ সৃষ্টি হৈছিল, যাৰ মেগাপিকছেল কেমেৰাতকৈ পাঁচ গুণ বেছি । অনুমান কৰিব পাৰিবানে তোমালোকে কি হয় এই বিস্ময় ? বাৰু আমি এই আচৰিত বস্তুুটোৰ এটা সৰু আৰ্হি বনাও আহাছোন । Cameras with Megapixels as high as 100 are live. But there is one wonder created long ago with five times magnified megapixels. Can you guess, what is that? Well we can make a small working model of this wonder now!
Play Video
Play Video
01:38
#006 Egg in Bottle | Toys from Trash series (in Assamese)
[Toys from Trash series (in Assamese)] #006 কিহে এটা কেচুঁৱাক মাকৰ গৰ্ভৰ ভিতৰত সুৰক্ষিত কৰি ৰাখে ? কিহে আমাৰ মগজুক লাওখোলাৰ ভিতৰত সুৰক্ষিত কৰি ৰাখে ? আহাচোন আমি সকলোৱে ইয়াৰ অন্তৰালত থকা বিজ্ঞানৰ বিষয়ে এটা সৰু পৰীক্ষণৰ দ্বাৰা জানিবলৈ চেষ্টা কৰো । What keeps a baby safe inside mother’s womb? What keeps our brains safe inside our skulls? Let us explore the science behind this by performing a simple experiment.
Play Video
Play Video
02:26
#007 Geometry with Magnets | Toys fron Trash series ( in Assamese )
[Toys from Trash series (in Assamese)] #007 চুম্বকে আমাক দিশৰ বিষয়ে কব পাৰে, চুম্বকীয় উত্তোলনৰ সহায়ত সহায়ত ৰেল গাড়ী চলাব পাৰে আৰু ফ্ৰীজৰ কঠিন দুৱাৰৰ ছীল বনাব পাৰি। কিন্তুু তোমালোকে জানানে চুম্বকে আমাক জ্যামিতিও শিকাব পাৰে । আহাচোন কেনেকৈনো শিকিব পাৰি তাকে চাওচোন । Magnets can tell us the direction, run trains using levitation and make tight seals of refrigerator. But do you know, they can also teach us geometry. Let us see how?
Play Video
Play Video
02:13
#008 Height Might | Toys from Trash ( in Assamese )
[Toys from Trash series (in Assamese)] #008 পানীৰ চাপ বাৰু কত বেছি মাটিত নে ছাদৰ ওপৰত ? পিছে এই বিষয়ে জানিবলৈ কোনো অত্যাধুনিক সঁজুলিৰ প্ৰয়োজন নাই, মাথো প্ৰয়োজন দুটা পাষ্টিক বটল, দুডাল পাইপ আৰু অলপমান পানী । Where is the pressure of water higher on the ground floor or on the terrace? Well you do not need sophisticated gadgets to find this out, just two plastic bottles, two straws and some water.
Play Video
Play Video
02:05
#009 Levitating Pencil | Toys from Trash series (in Assamese)
[Toys from Trash series (in Assamese)] #009 কোনে বাৰু শৈশৱতে চুম্বকীয় খেলনাৰ সৈতে খেলা নাই । কিন্তুু সচাকৈয়ে জানো মজাৰ কথা নহৱ যদি আমি নিজৰ পুতলা নিজে তৈয়াৰ কৰো। এনেকুৱা এটা মজাৰ পুতলা বনাবলৈ তলৰ পৰামৰ্শবোৰ অনুসৰণ কৰা । Who did not have fun playing with magnetic toys in childhood? But won’t it be fun if we can make our own toy? Just follow these simple instructions to make this fun toy.
Load More
bottom of page